Local, Vocal, Global

উত্তৰ-পূৱ শিক্ষা সন্মিলনৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোমিতা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বন্তি প্ৰজ্জ্বলনেৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত উত্তৰ পূৱ শিক্ষা সন্মিলনৰ ইংৰাজী ২০-১১-২০২১ তাৰিখে গুৱাহাটীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ শিক্ষা মন্ত্ৰী সকল উপস্থিত থাকে।