Local, Vocal, Global

আজি পৃথিৱীৰ কাষেৰে পাৰ হ’ব এক বৃহৎ গ্ৰহানু

  • আজি পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব এক বৃহৎ গ্ৰহানু
  • ২৯,৩৬৭ কিলোমিটাৰ বেগত পাৰ হৈ যাব এটা বৃহৎ অট্টালিকাৰ সমান গ্ৰহানুটো
  • ২০১১চনত নাছাই আৱিস্কাৰ কৰা ২০১১-ই এছ ফ’ৰ নামৰ গ্ৰহানুটো প্ৰতি ৯ বছৰৰ মূৰে মূৰে পাৰ হয় পৃথিৱীৰ কাষেৰে
  • ৯ বছৰ পূৰ্বে ৪ দিনৰ বাবে দৃশ্যমান হৈছিল গ্ৰহানুটো
  • আজি পৃথিৱীৰ পৰা ৪৫০০০ মাইল দূৰত্বৰে পাৰ হ’ব লগা গ্ৰহানুটোৱে পৃথিৱীৰ কোনো ক্ষতি নকৰে বুলি জনাইছে নাছাই