WATCH | Narendra Modi : ১৪ বছৰে খালী ভৰিৰে জীৱন কটাইছিল যমুনানগৰৰ ৰামপালে
নিউজ ডেস্ক,১৬এপ্ৰিল : ১৪ বছৰ খালী ভৰিৰে জীৱন কটাইছিল যমুনানগৰৰ ৰামপালে
নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নোহোৱালৈকে ভৰিত জোতা নিপিন্ধাকৈ আছিল ৰামপালে(Narendra Modi)
অৱশেষত প্ৰধানমন্ত্ৰীক লগ পালে ৰামপাল কাশ্যপে
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অৱশেষত ৰামপালে পিন্ধিলে জোতা
লগতে পঢ়ক : WATCH | Abhayapuri News : যোগীঘোপাৰ বালাপাৰাত নিশা ড্ৰাগছ উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা