WATCH | Nalbari News : কাৰ ভুলৰ বাবে বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ বঞ্চিত হ’ল ভোটাধিকাৰৰ পৰা?
নলবাৰী,৭মে’ : কাৰ ভুলৰ বাবে বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ বঞ্চিত হ’ল ভোটাধিকাৰৰ পৰা?
নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত ভোটদানত ব্যাপক খেলিমেলিৰ অভিযোগ(Nalbari News)।
ককয়াত প্ৰাৰ্থীৰ উপাধি আহিল ভুলকৈ।
কেকানকুছি-জয়সাগৰ আদি গাওঁত বিধানসভাত ভোট দিয়া যুৱ-প্ৰজন্মৰ ভোটাৰ বঞ্চিত হ’ল ভোটাধিকাৰৰ পৰা।