Local, Vocal, Global

WATCH | Nalbari News : থলুৱা শিক্ষিত যুৱকৰ অসমীয়াগিৰি

নলবাৰী,১৬এপ্ৰিল : থলুৱা শিক্ষিত যুৱকৰ অসমীয়াগিৰি।

দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ ব্যস্ততা ফুচকাৰ দোকানত।

ফুচকা বিক্ৰীৰে ঘৰ চলাইছে পিতৃহাৰা দুই ভাতৃয়ে(Nalbari News)।

কৰিয়া বিজুলীঘাটৰ বিজুমণি দাসৰ ফুচকাৰ দোকানেৰে স্বাৱলম্বীতাৰ নিদৰ্শন।

লগতে পঢ়ক : Watch | Kamrup accident : কামৰূপৰ দমদমা-ৰঙিয়া সংযোগী পথৰ গাতত সোমাল তীব্ৰবেগী চুইফট ডিজায়াৰ