Local, Vocal, Global

WATCH | Nalbari News : কেকানকুছি ৰংজালি সংঘৰ সৌজন্যত ১৭তম ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি

নলবাৰী,১৫এপ্ৰিল : কেকানকুছি ৰংজালি সংঘৰ সৌজন্যত ১৭তম ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি।

৬ ব’হাগ ২০ এপ্রিল ৰবিবাৰে কেকানকুছি বড়ো চুপা সমন্বয় ক্ষেত্রত অনুস্থিত হ’বলগীয়া বিহু বাকৰিত জনপ্রিয় কণ্ঠশিল্পী উষাৰাণী ব্ৰহ্মৰ গীতৰ শৰাইৰ লগতে কৌতুক অভিনেতা প্রেকটিকেল বসুমতাৰীৰ হাস্যৰসেৰে সমৃদ্ধ হ’ব বিহুৰ বাকৰি(Nalbari News)।

বড়ো আধুনিক নৃত্য প্রতিযোগিতাৰ লগতে আধুনিক নৃত্য প্ৰতিযোগিতা। সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

প্ৰতিযোগীসকলে ৯৮৬৪৬৯৯০৮৫, ৮৬৩৮১৯৬৭২৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

লগতে পঢ়ক : WATCH | Rongali Bihu : অসমৰ প্ৰথমখন মুকলি বিহু