Local, Vocal, Global

নগাঁৱৰ কঁঠিয়াতলীত মৃতদেহ উদ্ধাৰ 

  • নগাঁৱৰ কঁঠীয়াতলিৰ শগুণ ডাঙ্গাত মৃতদেহ উদ্ধাৰ
  • পুখুৰীৰ পৰা উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ
  • মৃত লোকজনৰ নাম মতিচন্দ গৌড়
  • ১৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল মতিচন্দ গৌড়
  • আজি পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো
  • অত্যধিক মদ্যপান কৰি পুখুৰীত পৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ
  • আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
  • সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো