Local, Vocal, Global

ভিডিঅ’ কনফাৰেন্স জড়িয়তে হ’ব নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল ।

ক’ভিডৰ বাবে এইবাৰ ভাৰছোয়েলি অর্থাৎ ভিডিও কনফাৰেন্স যুগে পতা হব নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল ।
নাগালেণ্ডে এইবাৰ সিদ্ধান্ত লৈছে যে ভাৰছোয়েলি কৰিব নাগালেণ্ডৰ আটাতকৈ জনপ্ৰিয় মেলা হৰ্ণবিল মেলা।ক’ভিডৰ বাবে এই সিদ্ধান্ত ল’ব লগা হয়।নাগালেণ্ডৰ পৰ্যটন বিভাগে জানিবলৈ দিয়া অনুসৰি বছৰি অনুষ্ঠিত হোৱা এই মেলা এইবাৰ ভাৰছোয়েলি কৰাৰ লগতে অডিঅ’ আৰু ভিডিঅ’ দিয়া হব ছ’চিয়াল মেডিয়াত।