Watch | Mysterious death of a daughter-in-law in Hudupara: হুদুপাৰাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু
গুৱাহাটী: গেলেকীৰ দাঁতি-কাষৰীয়া হুদুপাৰাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি৷ হুদুপাৰাৰ ভৰালীগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি স্বামী প্ৰণৱ বৰুৱাই বহুদিন ধৰি শাৰীৰিক অত্যাচাৰ চলাই আহিছিল মহিলাগৰাকীক৷ বোৱাৰীগৰাকীৰ নাম জোনালী বৰুৱা বুলি জানিব পৰা গৈছে ৷