Watch | Mushalpur Keot Jatiya meeting : কেওঁট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী

মুছলপুৰ: বাক্সা জিলা কেওঁট জাতীয় সন্মিলনৰ উদ্যোগত কালি সন্ধিয়া বাক্সাৰ জালাহৰ নিকটৱৰ্তী ভেৱলা কেওঁট চুপাত এখন সাধাৰণ সভা অনুষ্ঠিত হয় । এই সভাতে ভেবলা আঞ্চলিক সমিতি গঠন কৰা হয় । বাক্সা জিলা কেওঁট জাতীয় সন্মিলনৰ সভাপতি পুলিন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে । এই সভাতে কেওঁট জাতিৰ নিজা গীত এটিও পৰিৱেশন কৰে ।
সভাৰ পৰাই অসম চৰকাৰক কেওঁট সকলৰ প্ৰতি সু-দৃষ্টি ৰাখিবলৈ আহ্বান জনায় । লগতে কেওঁট সকলৰ মাজত থকা জাতীয় সংস্কৃতিৰ কিছু কথা দাঙি ধৰাৰ লগতে কেওঁট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী ।
লগতে পঢ়ক: Watch | Jamugurihat news: ৰঙাপৰাত পাঁচখন দোকান-সাংবাদিকৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত কৰা চোৰক আটক