Local, Vocal, Global

অন্য এক মাইলষ্টোনত উপনীত হ’ল Money control Pro

Money control Pro, নেটৱৰ্ট১৮ এণ্ড মিডিয়া ইনভেষ্টমেণ্ট লিমিটেডৰ চাবক্ৰিপ্টচন বেচড ফিনান্সিয়েল প্লেটফৰ্ম, যি অতিক্ৰম কৰিলে ৪০০,০০০ এক্টিভ আৰু পেয়িং চাবক্ৰাইবাৰ্ছৰ ঘৰ।

সকলো ইউজাৰ্ছক ধন্যবাদ জনাই Money control Pro-ৰ ফালৰ পৰা কোৱা হয় যে, মুকলিৰ প্ৰায় ৩০ মাহৰ ভিতৰতে আমি এই সফলতা লাভ কৰিলো। আমাৰ পঢ়ুৱৈ আৰু চাবস্ক্ৰাইবাৰ্চৰ চাপোৰ্ট আৰু এনকাৰেজমেণ্টৰ বাবে এয়া সম্ভৱ হৈ উঠিছে।

উল্লেখ্য যে, ২০১৯ত মুকলি হোৱাৰ দিনধৰি Money control Pro-এ নিজৰ পঢ়ুৱৈৰ পচন্দৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।