Watch | Moirabari news: মৈৰাবাৰীত ড্ৰাগছ সহ আটক মফিজ আলি
মৈৰাবাৰী: লাহৰিঘাট সমজিলা আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত আৰু মৈৰাবাৰী আৰক্ষী সহযোগত চলা এক অভিযানত মৈৰাবাৰীত ড্ৰাগছ সহ এজনক আটক কৰে।
আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম মফিজ আলি। দক্ষিণ মৈৰাবাৰীত অৱস্থিত নায়াৰা পেট্ৰল পাম্পৰ সমীপত ড্ৰাগছ ব্যৱসায়ীটোয়ে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত দুটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ সহ কৰায়ত্ত কৰে আৰক্ষীয়ে। বৰ্তমান গ্ৰেপ্তাৰ হোৱা মফিজ আলি মৈৰাবাৰী আৰক্ষীৰ জিম্মাত।
লগতে পঢ়ক: Watch | Young woman missing in Sonitpur: শোণিতপুৰৰ ৰঙাপৰাত এগৰাকী যুৱতী নিৰূদ্দেশ