ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ছাত্ৰ

নিউজ ডেস্ক, ২১ আগষ্ট : মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিৰ তামোলবাৰীত সংঘটিত হৈছে অঘটন ।
ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ।
নিখোজ ছাত্ৰজন পানীখাইতিৰ পানীখাইতিৰ শ্বহীদ কুশল কোঁৱৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ নয়ন বুলি জানিব পৰা গৈছে।
পৰৱৰ্তীসময়ত ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।