Local, Vocal, Global

কলিয়াবৰৰ মিছা চাহ বাগিচাত অঘটন

নিউজ ডেস্ক, ২০ জুন : দুদিন পূৰ্বে মাছ মাৰিবলৈ গৈ পুখুৰীত পৰি নিখোজ হোৱা কলিয়াবৰৰ মিছা চাহ বাগিচাৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ।

নিহত যুৱকজনক বাগিচাখনৰ ১৪ নং লাইনৰ অমৰ নায়ক বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, দুদিন ধৰি SDRF আৰু কলিয়াবৰ অগ্নি নিৰ্বাপন আৰু আপাতকালীন বিভাগৰ লগতে স্থানীয় ৰাইজে যুৱকজনৰ সন্ধানত অভিযান চলোৱাৰ পিছত সোমবাৰে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।