Watch | Merapani neghribil eviction: নেঘেৰিবিলত উপস্থিত অসম আৰক্ষীৰ বৃহৎ দল

মেৰাপানী : নেঘেৰিবিলত অসম আৰক্ষীৰ বৃহৎ দল।অসম নাগালেণ্ড সীমান্ত পৰিৰ্দশন কৰে অসম বেটেলিয়নৰ কামানডেন্ট দেৱজিত দেউৰীয়ে। জিলা প্ৰশাসনৰ তৰফৰ মাইক যোগে বেদখলকাৰীলৈ অন্তিম জাননী। অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰে একেলগে ফটো উঠিলে সীমান্তত। শেষতীয়া অসম নাগালেণ্ড সীমান্তৰ সমস্যাৰ বুজ ললে অমস বেটেলিয়ন কামানডেন্ট দেৱজিত দেউৰীয়ে। লগতে নেঘেৰিবিলৰ উচ্ছেদস্থলি পৰিদৰ্শন কৰে। পৰিদৰ্শন কৰি নাগালেণ্ড আৰক্ষীৰ সৈতে ফটো উঠে।
লগতে পঢ়ক: Watch | Jamugurihat accident: ৰঙাপৰাত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত মহিলা সহ চাৰিজন আহত