Local, Vocal, Global

মেঘালয় আৰক্ষীয়ে জব্দ কৰিছে ৩.৫ কোটি টকাৰ গাঞ্জা

নিউজ ডেস্ক, ১৩ জুলাই : বুধবাৰে মেঘালয় আৰক্ষীয়ে ৩.৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ উচ্চ মানদণ্ডৰ গাঞ্জা জব্দ কৰিছে।

বাতৰি অনুসৰি, পশ্চিম জৈন্তিয়া পাহাৰ (West Jaintia Hills) জিলাত এখন গুৱাহাটী অভিমুখী ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হৈছিল গাঞ্জাখিনি ।

ইফালে, মুখ্যমন্ত্ৰী কনৰাড চাংমাই সফল জব্দ কৰাৰ বাবে ৰাজ্যিক আৰক্ষীক প্ৰশংসা কৰি ইয়াক “নক্ষত্ৰীয় ধৰা” বুলি অভিহিত কৰে।

মেঘালয়ৰ মুকিন্দুৰ চেকপইণ্টত ৮০ টা পেকেটত ভৰ্তি মুঠ ১১৬৮.১৮২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়।

খবৰ অনুসৰি, চালক জন আৰু তেওঁৰ সহায়ক তথা হেণ্ডিলেনজন ঘটনাস্থলীৰ পৰা পলাই যায়।