পানবজাৰ ৰেলৱে কলনীত ভয়ংকৰ অগ্নিকাণ্ড

- বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পানবজাৰ ৰে’লৱে কলনীত ভয়ংকৰ অগ্নিকাণ্ড।
- ৰেল কলনিৰ ওচৰৰ কালিমন্দিৰ পথৰ ওচৰত জুই লাগিছিল।
- বাতৰি অনুসৰি, কেইবাটাও ঘৰ জুইত ভস্মীভূত হৈছে।
- জুই নুমুৱাবলৈ দুখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হৈছিল।
- অৱশ্যে, জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।