Local, Vocal, Global

Massive fire breaks out in Kalgachia:কলগাছিয়াত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত১০ লক্ষাধিক টকাৰ সামগ্ৰী

নিউজ ডেস্ক,৩ডিচেম্বৰ : কলগাছিয়াৰ গুনিয়ালগুৰীত বিধ্বংসী অগ্নিকাণ্ড(Massive fire breaks out in Kalgachia)৷

আব্দুছ ছামাদ নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জ্বলি ভস্মীভূত বাসগৃহ ৷

ভস্মীভূত নগদ ধন, নষ্ট হৈছে সোণ-ৰূপৰ অলংকাৰ৷

১০লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত।

লগতে পঢ়ক:Massive fire breaks out in Bihpuria:বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৭ লক্ষাধিক টকাৰ ব্ৰইলাৰসহ ফাৰ্ম