Massive fire breaks out in Bihpuria:বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৭ লক্ষাধিক টকাৰ ব্ৰইলাৰসহ ফাৰ্ম

নিউজ ডেস্ক,৩ডিচেম্বৰ : বিহপুৰীয়াৰ বাঁহগড়াত ভয়ানক অগ্নিকাণ্ড। ব্ৰইলাৰ ফাৰ্ম সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।
অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে জ্বলি ভস্মীভূত হয় এখন ব্ৰইলাৰ ফাৰ্ম। বাঁহগড়াৰ ধৰ্মনাৰায়ণ দেউৰী, ফুলকুমাৰী দেউৰীৰ ফাৰ্মত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।অগ্নিকাণ্ডত ভস্মীভূত হয় ৭ লক্ষাধিক টকাৰ ব্ৰইলাৰসহ ফাৰ্ম । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ(Massive fire breaks out in Bihpuria)।
লগতে পঢ়ক :Rhino roaming freely in Teok: কাকজান তিনিকুৰীয়া পথাৰত গঁড়ৰ মুক্ত বিচৰণ