Local, Vocal, Global

Massive fire breaks out in Guwahati : মহানগৰীৰ হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক,১০জুলাই : মহানগৰীৰ হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায় প্ৰতিষ্ঠান ।

বুধবাৰে হাতীগাঁৱৰ কনকলতা পথত সংঘটিত হয় বিধ্বংসী ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত ৩ খনকৈ কাপোৰৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ড৷ এখন হোটেলৰ পৰা সূত্ৰপাত হয় জুইৰ ৷

অৱশ্যে অগ্নিনির্বাপন বাহিনীৰ ৩ খন বাহনৰ উপস্থিতিত নির্বাপিত হয় জুই।

লগতে পঢ়ক : Govt official raises hand with bribe : উৎকোচ লৈ হাতে লুটে আটক বিদ্যালয়ৰ উপ-পৰিৰ্দশকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক