Local, Vocal, Global

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড

  • শুকুৰবাৰে পুৱা গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
  • চিকিৎসালয়খনৰ চাইল্ড কেয়াৰ ইউনিটত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা ১৪টাকৈ শিশুৰ ।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈছিল আৰু জুই নুমুৱাইছিল।
  • অৱশ্যে, জুই লগাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই কিন্তু শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।