Local, Vocal, Global

Massive discrepancies unfolded in school buses : মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

নিউজ ডেস্ক,৯মে’ : মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি। মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলাইছে পৰিবহণ বিভাগে। বৃহস্পতিবাৰে মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলাই বিসংগতি । অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ(Massive discrepancies unfolded in school buses)।

জানিব পৰা মতে,পৰ্যাপ্ত সা-সুবিধা নথকাৰ বাবে জব্দকৃত বাছকেইখনৰ। সেয়েহে অভিযানকাৰী দলটোৱে এইসমূহ বাহন জব্দ কৰে।

লগতে পঢ়ক : Irate Mob Beats Woman To Death In Lakhimpur : পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ৬ -৭ জনীয়া উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল এগৰাকী মহিলাৰ