Mankahar LPG Cylinder Burst:মানকাচৰৰ ভুৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড
১৩ জানুৱাৰী মানকাচৰ :মানকাচৰৰ ভুৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড।নিমিষতে কেইবা লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি।অক্ষত অৱস্থাত থাকিল ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ কোৰান শ্বৰীফ।ৰাতিপুৱাই মানকাচৰৰ ভুৰাকাটাৰ আব্দুল ওহাবৰ ঘৰত LPG Gasৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে নিমিষতে ভস্মীভূত হয় আব্দুল ওহাবৰ ঘৰ।ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।