Manika Batra becomes first indian table tennis player to reach last 16 in Olympics : পেৰিছ অলিম্পিকৰ টেবুল টেনিছৰ প্ৰতিযোগিতাত ১৬নং ৰাউণ্ডত প্ৰৱেশ মণিকা বাত্ৰাৰ
নিউজ ডেস্ক,৩০জুলাই : ঐতিহাসিক ক্ষণ! পেৰিছ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত(Manika Batra becomes first indian table tennis player to reach last 16 in Olympics) ।
পেৰিছ অলিম্পিকত ভাৰতৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাৰ ১৬নং ৰাউণ্ডত প্ৰৱেশ ৷
অলিম্পিকৰ টেবুল টেনিছৰ ১৬নং ৰাউণ্ডত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় মহিলা হৈছে মণিকা ৷
লগতে পঢ়ক : Mumbai-Howrah Train Accident : লাইচ্যুত হ’ল হাওৰা-মুম্বাই মেইল;নিহত দুজন ,আহত ২০জন