Watch | Mangaldoi hs results: ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে উজলিল মঙলদৈ ৰণজিৎ শৰ্মা একাডেমিৰ এগৰাকী ছাত্ৰী
মঙলদৈ: আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল মঙলদৈৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৷ মঙলদৈ ৰণজিৎ শৰ্মা একাডেমিৰ এগৰাকী ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ লাভ কৰি বিদ্যালয় খনৰ লগতে জিলা খনলৈ সুনাম কঢ়িয়াই আনিছে ৷ নৃতত্ত্ব বিভাগত ভাস্বতী নাথে লাভ কৰিলে সৰ্বোচ্চ নম্বৰ ৷
ইয়াৰওপৰি দুজনী ছাত্ৰীয়ে ৯৫’৪% শতাংশ নম্বৰ লাভ কৰিবলৈও সক্ষম হৈছে ৷