মোমায়েকৰ কামনাৰ বলি নাবালিকা ভাগিন

পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ নিজৰ ১৬ বছৰীয়া ভাগিনিয়েকক বলপূর্বক ভাৱে ধৰ্ষণ কৰিলে লম্পট অজগৰ আলী নামৰ মোমায়েকে ।এনে এক জঘন্য ঘটনা সংঘটিত হৈছে জুৰিয়া থানাৰ অন্তৰ্গত বাটামাৰীত ।লম্পট যুৱক জনৰ ঘৰ ধিঙৰ ২নং কান্ধুলিমাৰীত ।লম্পট অজগৰ আলীক এনে কুকৰ্ম কৰিব নিদিলেই প্ৰাণে মৰা ভাবুকি দিয়ে কিশোৰী গৰাকীক ।মঙ্গলবাৰে