বাঁহৰ ভূৰেৰে মাজুলীৰ পৰা উমানন্দলৈ তিনি যুৱকৰ দুঃসাহসিক যাত্ৰা..
বাঁহৰ ভূৰেৰে বৃহত্তম নদী দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দলৈ তিনি যুৱকৰ দুঃসাহসিক যাত্ৰা.. ৩০ ছেপ্টেম্বৰৰ পৰা ৮ দিনীয়া যাত্ৰাৰে উমানন্দ ঘাটত শেখৰ,ৰিচান,নয়ন…
ব্ৰহ্মপুত্ৰৰ বুকুত কি প্ৰত্যাহ্বানৰ সন্মুখীন যুৱককেইজন?
৮ দিনৰ যাত্ৰাপথৰ প্ৰতিটো মূহুৰ্তৰ অভিজ্ঞতা বৰ্ণনাৰে MY NEWS NE ৰ সৈতে ৰিচান, শেখৰ আৰু নয়ন