Local, Vocal, Global

মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদালছা শৰ্মাৰ ইংৰাজী গানৰ ডান্স ভিডিঅ ভাইৰেল

মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী মাদালছা শৰ্মাৰ ইংৰাজী গানৰ ডান্স ভিডিঅ ভাইৰেল
যোৱা কেইদিনত চচিয়েল মিডিয়াত ” কাৰ্ডিব ৰ বিগ বাগ বুচ্চিন ” ৰ গান অতি জনপ্ৰিয় হৈ পৰিছে । তেনে ক্ষেত্ৰত মিথুন চক্ৰৱৰ্তীৰ বোৱাৰী পিছ পৰি থকা নাই ।নিজকে ট্ৰেন্ডত ৰাখিবলৈ সেই একে গানত নিজৰ চমৎকাৰ ডান্স সকলোকে মুগ্ধ কৰিছে । নিজৰ ফেন ফলোৱিং আৰু অধিক কৰিবলৈ এনে চমৎকাৰী ডান্স অতি জনপ্ৰিয় হৈ পৰিছে ।