Local, Vocal, Global

কোলাৰ কেচুৱা এৰি প্ৰেমিকৰে পলাই গল পত্নী

কোলাৰ কেচুৱা এৰি প্ৰেমিকৰে পলাই গল পত্নী ৷ কি নিষ্ঠুৰ হব পাৰে মাতৃৰ হৃদয় ।।কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত জটিয়াভাংৰাত সংঘটিত হৈছে এই ঘটনা ৷

 

ঘটনা সন্দৰ্ভত স্বামী জগত কাকতিয়ে পত্নীৰ প্ৰেমিকৰ বিৰুদ্ধে বাইহাটা চাৰিআলি থানাত দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰত অবিনাশ ডেকা নামৰ যুৱকজনে পলুৱাই নিয়াৰ অভিযোগ স্বামীৰ