Local, Vocal, Global

দীঘল চুলিৰে বিশ্ব ৰেকৰ্ড গঢ়িলে গুজৰাটৰ ১৮ বছৰীয়া কিশোৰীয়ে

চুলিৰে বিশ্ব ৰেকৰ্ড গুজৰাটৰ ১৮ বছৰীয়া কিশোৰীৰ। নীলাঞ্চি পেটেল নামৰ কিশোৰী গৰাকীয়ে বিশ্বৰ সবাতোকৈ দীঘল চুলি ৰাখি বিশ্ব জিনিলে।

কিশোৰী গৰাকীয়ে ২০১৮ চনৰ ২১ নৱেম্বৰৰ পৰা ৰাখিছিল চুলি। নীলাঞ্চিয়ে ৬ বছৰ বয়সৰ পৰা চুলি  দীঘল কৰিবলৈ লয়। যাৰ ফলত বিশ্বৰ সবাতোকৈ দীঘল চুলিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। নীলাঞ্চিয়ে ইটালীৰ টেলেভিশ্যন অনুষ্ঠান La Notte Dei ৰেকৰ্ডৰ The Night Of Records-২০১৮ পাবলৈও সক্ষম হয়। নীলাঞ্চিৰ চুলিৰ জোখ ১৭০.৫ ছেণ্টিমিটাৰ অৰ্থাৎ ৫ ফিট ৭ ইঞ্চি।