Leopard tranquilized at Nagaon:অৱশেষত নগাঁৱত ট্ৰেংকুলাইজ কৰিলে নাহৰফুটুকীটো

নিউজ ডেস্ক,৪ডিচেম্বৰ : অৱশেষত নগাঁৱত ট্ৰেংকুলাইজ কৰিলে নাহৰফুটুকীটো। বন বিভাগে ট্ৰেংকুলাইজড কৰিলে নাহৰফুটুকীটো।
আজি পুৱা নগাঁও চহৰৰ ঢাকাইপট্টিত পৰিলক্ষিত হৈছিল নাহৰফুটুকী বাঘটো(Leopard tranquilized at Nagaon)।
ঢাকাইপট্টিৰ এঘৰত আশ্ৰয় লৈছিল নাহৰফুটুকীটোৱে।
এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTvত দেখা গৈছিল বাঘটো।
পুৱাই পথৰ মাজেৰে গৈ আশ্ৰয় লৈছিল এঘৰৰ চৌহদত। তাৰপিছতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটো।
লগতে পঢ়ক :Body of Missing Journalist Mukesh Chandrakar:অৱশেষত উদ্ধাৰ ছত্তীশগড়ত নিৰুদ্দিষ্ট সাংবাদিকৰ মৃতদেহ