Local, Vocal, Global

Last date for filing nominations for first phase today : আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

নিউজ ডেস্ক,২৭মাৰ্চ : আজি শাসক বিৰোধীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ(Lok Sabha Polls) ।

আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা,ৰঞ্জিত দত্ত,তপন গগৈয়ে( Last date for filing nominations for first phase today)।

কামাখ্যা প্ৰসাদ তাছা আৰু তপন গগৈক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰঞ্জিত দত্তক সংগ দিব বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আনহাতে বিৰোধী কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিব( Last date for filing nominations for first phase today)।

ইতিমধ্যে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৰি বিৰোধী শিৱিৰ ৩ শক্তিশালী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ ।

লগতে পঢ়ক : Margherita youth missing : ২৪ মাৰ্চৰ পৰা সন্ধানহীন মাৰ্ঘেৰিটাৰ সুৰজ তামাং