Local, Vocal, Global

মহানগৰীত পুনৰ ভূমিস্খলন

নিউজ ডেস্ক, ১৬ জুন : বিগত ৩দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত নতুনকৈ ভূমিস্খলন (Landslide) হৈছে।

বৃহস্পতিবাৰে

বাতৰি অনুসৰি, ঘটনাটো মনদীপ মজুমদাৰৰ বাসগৃহত সংঘটিত হৈছে আৰু আহত মহিলাগৰাকী মনি দত্ত বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, বৃহস্পতিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে চহৰখনত মুষলধাৰ বৰষুণ অব্যাহত থকাৰ বাবে গুৱাহাটীত বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। Rukmini Gaon, Anil Nagar, Nabin Nagar, Hatigaon, Zoo-Road, Beltolaকে আদি কৰি বহু অঞ্চলএতিয়াও বানপানীৰ কবলত আছে।