মহানগৰীত পুনৰ ভূমিস্খলন

নিউজ ডেস্ক, ১৯ জুন : মহানগৰীত পুনৰ ভূমিস্খলন । এইবাৰ ঘটনাৰ স্থান উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ আনন্দ নগৰত সংঘটিত হয় ভূমিকম্পৰ ঘটনাৰ।
দেওবাৰে পুৱা হোৱা ভূমিকম্পত কথমপি প্ৰাণ ৰক্ষা হয় এটা পৰিয়ালৰ ৫ জন সদস্যৰ ।
যাদৱ বৰ্মন নামৰ পৰিয়ালটোৰ ঘৰত সংঘটিত হৈছে এই ঘটনা । খবৰ অনুসৰি ঘটনাটোৰ সময়ত শুই আছিল পৰিয়ালটো । আৰু হঠাৎ পাহাৰৰ মাটি খহি হেচা মাৰি ধৰে ঘৰটো ।
ইতিমধ্যে ,পাহাৰৰ বোকা মাটিত পোত গৈছে পৰিয়ালটোৰ বিলাসী বয়-বস্তুৰ লগতে আন সা-সামগ্ৰী ।
সম্প্ৰতি, আতংকিত আনন্দ নগৰৰ আবাসী সকল ।