Website Design: dastechnologies.in
লক্ষীমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী । অখিল গগৈ, ধৈৰ্য কোৱৰ, বিতু সোনোৱাল সহ কা-বিৰোধী আন্দোলনৰ নেতা সকলক মুক্তি দিয়াৰ দাবীত কৃষক মুক্তিৰ মানব শৃংখল কাৰ্য্যসূচী ।গৰীয়াজানত মানব শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰি তাৎক্ষনিক ভাবে এই নেতা সকলক মুক্তিৰ দাবী তোলে সংগঠন টোৱে ।কৃষক মুক্তিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত সহযোগীতা আগবঢ়ায় অন্যান্য দল সংগঠন সমূহেও