Local, Vocal, Global

আছুৰ উত্তাল প্ৰতিবাদ

লখিমপুৰৰ চাউলধোৱাত আছুৰ উত্তাল প্ৰতিবাদ । নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী সৰবৰাহ কৰা বৃহৎ বাহন আবদ্ধ কৰি প্ৰতিবাদ আছুৰ । লকডাউনৰ, সান্ধ্য আইণৰ সুজুগত আৰক্ষীৰ নিৰাপত্তাত সামগ্ৰী সৰবৰাহ কৰা হৈছে জলবিদ্যুৎ প্ৰকল্প স্থলিলৈ। দল সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি NHPC কৰ্তৃপক্ষই  বান্ধৰ কাম সম্পূৰ্ণ কৰিব বিচৰা কাৰ্যক কোনো প্ৰকাৰে মানি লোৱা নহব বুলি চৰকাৰক সকিয়নী আছুৰ ।