Local, Vocal, Global

লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি

  • লখিমপুৰৰ নাওবৈচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
  • হত্যাকাৰীক ফাঁচীৰ দাবীত ৫ শতাধিক ৰাইজে ঘেৰাও কৰে নাওবৈচা আৰক্ষী চকী
  • ২১ জুলাইত নিশা সংগঠিত হৈছিল এই হত্যাকাণ্ড
  • ২২ জুলাইৰ পুৱা ৰঙা পথাৰ গাঁৱৰ ৰঙাচাহাব নৰহ নামৰ এজন ব্যক্তিক হত্যা কৰি পেলাই থৈছিল গাঁৱখনৰেএটা কালভাৰ্টৰ তলত
  • হত্যাকাণ্ডৰ লগত পিতা আৰু দুই পুত্ৰ জড়িত বুলি দাবী কৰিছে ৰাইজে।
  • হত্যাকাৰী বাপেক আৰু ভায়েকক নাওবৈচা আৰক্ষীয়ে আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।
  • হত্যাকাৰীৰ ফাঁচীৰ দাবী তুলি উত্তপ্ত কৰি তোলে নাওবৈচা আৰক্ষী চকী।