Local, Vocal, Global

লখিমপুৰত আৰক্ষীৰ জালত ৩ ভুৱা সাংবাদিক

  • লখিমপুৰত তথাকথিত সাংবাদিকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷
  • আৰক্ষীৰ জালত ‘নিউজ টুডে এনই’ নামৰ ফেচবুক পেজটোৰ ৩ তথাকথিত সাংবাদিক ৷
  • ধৰ্ষিতা শিশু আৰু কিশোৰ ধৰ্ষণকাৰীৰ নাম আৰু ফটো প্ৰচাৰ কৰিছিল ফেচবুক পেজটোৱে ৷
  • বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ ফেচবুক সাংবাদিকক ৷
  • ধৃত ফেচবুক সাংবাদিককেইজন মুফতাহিজুৰ ৰহমান, ছফিউল হুছেইন আৰু চৈয়দ আইনুৰ ৰহমান ৷
  • কেইবাটাও ফেচবুক পেজৰ বিৰুদ্ধেও আৰক্ষীৰ অনুসন্ধান অব্যাহত ৷