Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

কাজিৰঙাৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ব্ৰিটিছ ৰাজকুমাৰ

MyNews Bureau by MyNews Bureau
July 24, 2020
in Assam, Big Story, Environment
0
কাজিৰঙাৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ব্ৰিটিছ ৰাজকুমাৰ
0
SHARES
2
VIEWS

RelatedPosts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ তথা ডিউক অৱ কেম্ব্ৰিজ উইলিয়াম৷ যুৱৰাজ উইলিয়ামে ২০১৬ চনত সপত্নীক কাজিৰঙা ভ্ৰমণ কৰি গৈছিল৷ মুগ্ধ হৈছিল কাজিৰঙাৰ সৌন্দৰ্য আৰু কাজিৰঙাবাসী ৰাইজৰ আতিথ্যত৷ কাজিৰঙাৰ প্ৰধান আকর্ষণ বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ সৌন্দৰ্যও মুগ্ধ কৰিছিল যুৱৰাজ উইলিয়াম আৰু তেওঁৰ পত্নীক৷ সেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা এতিয়া বাৰিষাৰ সংহাৰী বানৰ কৱলত৷ মৃত্যু হৈছে এশৰো অধিক বন্যপ্ৰাণী৷ প্ৰায় ১২টা গঁড়ৰ এইপৰ্যন্ত চলিত বাৰিষাৰ বানে প্ৰাণ লৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯৫ শতাংশ বনভূমি এতিয়াও পানীৰ তলত৷ কাজিৰঙাৰ এই জটিল পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি যুৱৰাজ উইলিয়ামে এখন পত্ৰ লিখি পঠাইছে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰলৈ৷ পত্ৰখনত উইলিয়ামে এইবুলি উল্লেখ কৰিছে যে ধাৰাসাৰ বৰষুণৰ বাবে কাজিৰঙাত যি ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিয়ে মোৰ আৰু মোৰ পত্নী কেথৰিনৰ হৃদয় ব্যাথিত কৰিছে৷ এই পত্ৰখনতে ৰাজকুমাৰ উইলিয়ামে স্মৰণ কৰিছে কাজিৰঙা ভ্ৰমণকালত নিজেই দেখি যোৱা বন্যপ্ৰাণীৰ সুৰক্ষাৰ হকে বনৰক্ষীসকলৰ কৰ্তব্যপৰায়ণতাৰ কথা৷ ক’ৰনা মহামাৰীৰ সংহাৰৰ মাজতে কাজিৰঙাত বান সৃষ্ট পৰিস্থিতিৰ সৈতে প্ৰত্যাহ্বানেৰে যুঁজ দিয়াসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে ব্ৰিটিছ যুৱৰাজে৷

Previous Post

মানাহৰ সমীপৱৰ্তী বেঁকী নৈত জব্দ চোৰাং কাঠ

Next Post

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

MyNews Bureau

MyNews Bureau

Related Posts

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা
Assam

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021
অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা
Assam

অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা

April 20, 2021
বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা
Assam

বাক্সাৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটীত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সত্ৰ সভা

April 20, 2021
Next Post
ঢেকীয়াজুলিত এখন বিয়াৰ পৰাই গণসংক্ৰমনৰ আশংকা

ৰাজ্যত অব্যাহত কৰ'নাৰ ভয়াৱহতা

ঢেকীয়াজুলিত এখন বিয়াৰ পৰাই গণসংক্ৰমনৰ আশংকা

ৰাজ্যত অব্যাহত কৰ'নাৰ ভয়াৱহতা

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.