Local, Vocal, Global

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সভাপতি পদত কাশ্যপ কল্যাণ গগৈ, কোন ক’ত জয়ী হ’লঃ পঢ়ক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২২-২৩ৰ নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল ঘোষণা কৰা হয়৷

ফলাফল অনুসৰি সভাপতি পদত জয়ী হয় কল্যাণ গগৈ৷ কাশ্যপ কল্যাণ গগৈয়ে ১২০৫ টা ভোট লাব কৰে৷ সভাপতি পদৰ অৰ্ণভ বৰ্মনে লাভ কৰে ১০১৬টা ভোট৷

উপ-সভাপতি

নিৰঞ্জন বৰা- ১২২২
অসীম ভূঞা- ৯৬৮

সাধাৰণ সম্পাদক

পুণ্যব্ৰত দত্ত- ১১৫৩
মুনিফ ইকবাল- ১০৬১

সহকাৰী সাধাৰণ সম্পাদক

কস্তুৰী শিৱম- ৮১৯
দাবীৰ সিং- ৮৬২
মৃগাংক কৃষ্ণ শইকীয়া- ৫০৮

সাহিত্য আৰু সুকুমাৰ কলা

সৌৰভ দেউৰী-১১০৪
শতাব্দী বৰা- ১০০১

সংগীত

কস্তুৰী শৰ্মা- ৭১৭
সাধনা দেৱী- ১১০৬

তৰ্ক

আৰিফা মেহনাজ- ১১১৪
দুবৰী কাশ্যপ- ১১১০

লঘু ক্ৰীড়া

বিলিপাং দৈমাৰী- ১০১৫
মঞ্জিল শইকীয়া-১২০৭

ছাত্ৰী জিৰণি কোঠা
দেৱযানী পাল- ৫৪৫
মৌচুমী ওজা-৮৩৪
তৃষ্ণালী ডেকা- ৭০৬

সমাজ সেৱা

মহম্মদ ফজাইল আহমেদ-১১৭০
নেহা কটকী- ১০০৫