কাৰ্বি আংলঙৰ মানজাত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ

- কাৰ্বি আংলঙৰ মানজাত ৫ কোটি টকাৰ ড্ৰাগছ জব্দ
- আৰক্ষীয়ে তালাচীত জব্দ কৰিছে ৬৮ পেকেট ব্ৰাউন চুগাৰ আৰু ১৫,০০০টা টেবলেট
- ৬৮ পেকেট ব্ৰাউন চুগাৰৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৩ কোটি
- ১৫,০০০টা নিচাজাতীয় টেবলেটৰ মূল্য হ’ব ২ কোটি
- চালকসহ ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে
- আটকাধীন কেইজন মণিপুৰৰ- ছাগীৰ খান,ছইদ আজাদ আৰু চানিফ খান
- এখন ট্ৰাকত মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ আছিল ড্ৰাগছখিনি
- DSP নাহিদ কৰিস্মা আৰু মানজা আৰক্ষী থানাৰ OC জিতুমণি ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান
- কিছুদিন পূৰ্বেও মানজা আৰক্ষীয়ে জব্দ কৰিছিল ৫ কোটি টকাৰ ড্ৰাগছ