Local, Vocal, Global

Watch | Kamrup accident : কামৰূপৰ দমদমা-ৰঙিয়া সংযোগী পথৰ গাতত সোমাল তীব্ৰবেগী চুইফট ডিজায়াৰ

কামৰূপ: কামৰূপৰ দমদমা-ৰঙিয়া সংযোগী পথত মাৰণফাণ্ড পাতিছে লোক নিৰ্মাণ বিভাগে।নবনির্মিত পথৰ ওপৰত বিভাগটোৱে পাতি থোৱা মৰনফাণ্ড ভয়ংকৰ ঘটনা। সংকেত অবিহনে খান্দি থোৱা গাতত সোমাল তীব্ৰবেগী চুইফট ডিজায়াৰ। কেইবামাহ ধৰি মাজ পথত উন্মুক্ত হৈ আছে এই গাত। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ওলাই আহিল স্থানীয় ৰাইজ। নিশা দুৰ্ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্থ বাহনখন। দুৰ্ঘটনাৰ পিছতে বিভাগীয় ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে।