Local, Vocal, Global

বানৰ সমান্তৰাল ভাবে চলিছে বন্যহস্তীৰ উপদ্ৰৱ

কলিয়াবৰত বানৰ সমান্তৰাল ভাবে চলিছে বন্যহস্তীৰ উপদ্ৰৱ। কলিয়াবৰৰ সোনাৰী গাওঁত এটা বন্য হস্তীয়ে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে । বন্তি বৰা নামৰ মহিলা গৰাকীৰ ঘৰ ভাঙি চলাই উপদ্ৰৱ। বহু পৰিমানৰ  ধান খোৱাৰ লগতে অনিষ্টও কৰি থৈ যায়। কোনো মতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোক সকল।