Local, Vocal, Global

WATCH | Kaliabor News : কলিয়াবৰৰ জখলাবন্ধাত অঘটন

কলিয়াবৰ,২২জুন : কলিয়াবৰৰ জখলাবন্ধাত অঘটন। ৰে’লৰ পৰা নামোতেই পৰি আাঘাতপ্ৰাপ্ত এজন যুৱক। যুৱকজন আমবাগান পুৱ লৰিমুখৰ উত্তম সেন।

মুখমণ্ডলত আঘাতপ্ৰাপ্ত যুৱকজনক জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে(Kaliabor News)।

উল্লেখ্য যোগ্য যে জখলাবন্ধা ষ্টেচনটো ওখ হোৱাৰ বাবেই যাত্ৰী সকলে উঠা নমাৰ বাবেই অসুবিধাৰ সন্মুখীন হৈ আহিছে।

লগতে পঢ়ক : WATCH | Baihata Chariali News : বাইহাটা চাৰিআলিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ কৰ্মী