Local, Vocal, Global

কলিয়াবৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

কলিয়াবৰত জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। কলিয়াবৰৰ লাওঁখোৱা বনবিভাগে বৃহৎ পৰিমাণৰ মূল্যবান কাঠসহ জব্দ কৰে এখন বলেৰ’ পিক আপ ভান। জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় অৰ্ধ লক্ষাধিক টকা হব বুলি জানিবলৈ দিয়ে বনবিভাগে। বনবিভাগে জব্দ কৰা বাহন খনৰ নং AS 02 BC3931। কাঠসহ বাহনখন শিলঘাট বনবিভাগক চমজাই দিছে লাওঁখোৱা বনবিভাগে।