Local, Vocal, Global

Watch | Jorhat news : যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী

যোৰহাট: যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী। জিলা আয়ুক্তকৰ যোগেদি মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান। এসপ্তাহৰ ভিতৰত যোৰহাটৰ অবৈধ বেদখল,অবৈধ স্হাৱৰ অস্হাৱৰ, হাতীগড়, টোকোলাই বেদখল উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক সকিয়নী। অসম চৰকাৰক পূৰ্ণ সহযোগীতা কৰাৰ প্ৰতিশ্ৰুতি বীৰ লাচিত সেনাৰ।

আজি বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিয়ে এক বৃহৎ প্ৰতিবাদী সমদল লগত লৈ যোৰহাটৰ অবৈধ স্হাৱৰ অস্হাৱৰ, হাতীগড়, টোকোলাই আদিৰ বেদখল এসপ্তাহৰ ভিতৰত উচ্ছেদ কৰিবলৈ চৰকাৰক সকিয়াই দিয়াৰ লগতে যোৰহাট জিলা আয়ুক্তৰ যোগেদি অসমৰ মূখ্যমন্ত্ৰীলৈ এক ন দফীয়া দাৱী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক: Watch | Rowta BJP : BTR নিৰ্বাচনত আগ্ৰাসী ৰূপত নামিছে ৰাষ্ট্ৰীয়তাবাদী দল BJP