WATCH | Jorhat News : পুনৰ অসম আৰক্ষীৰ নাক কান কাটিলে অসম আৰক্ষীৰ জোৱানে
যোৰহাট,১৫মে’ : পুনৰ অসম আৰক্ষীক নাক কান কাটিলে অসম আৰক্ষীৰ জোৱানে ।
যোৰহাটত গাঞ্জা ব্যৱসায়ত নামি পৰিল অসম আৰক্ষীৰ জোৱান ইন্দেশ্বৰ দাস এটা গেং।
বুধবাৰে নিশা তিতাবৰ আৰক্ষী গোপন অভিযানত তিতাবৰ বিবি জানৰ পৰা ৬ কেজি গাঞ্জাসহ আৰক্ষী জোৱান আটক ।
আৰক্ষীৰ তদন্ত শেষত তিতাবৰ আৰক্ষীয়ে 68/25 নম্বৰত এক গোচৰ ৰুজু কৰি যোৰহাট ন্যায়াধীশ আদালতত হাজিৰ কৰাই(Jorhat News)।
আৰক্ষী জোৱান ইন্দেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
আৰক্ষী জোৱান জনৰ ভাষ্য অনুসৰি চিকিৎসাৰ বাবে আহিছিল ইন্দেশ্বৰ দাস নামৰ জোৱানজন ।
গাঞ্জা খেতি কৰি ৱ্যৱসায় আৰম্ভ কৰিছিল অসম আৰক্ষী জোৱান জনে।
তাৰ পিছৰে পৰা গাঞ্জা ব্যৱসায়ী লগত মিলি ব্যৱসায়ী আৰম্ভ কৰি বিপদত পৰিল আৰক্ষী জোৱান জন।
লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিৰ বৰাহী বাগিচাত চড়ক পূজা