Local, Vocal, Global

WATCH| Jorhat News:যোৰহাট পৌৰসভাৰ উন্নয়ন বাবে অহা টকা সঁচাকৈ সমাজৰ উন্নয়ন বাবে ব্যৱহাৰ কৰিছে নে?

যোৰহাট,১৮ফেব্ৰুৱাৰী : যোৰহাট পৌৰসভাৰ উন্নয়ন বাবে অহা টকা সঁচাকৈ সমাজৰ উন্নয়ন বাবে ব্যৱহাৰ কৰিছে নে?

৫০ কোটিৰো অধিক টকা বাবে লোভত মৰিছে কোন?

নিৰ্মাণ হৈ থকা নলাকে নিৰ্মাণ কৰি টকা আত্মসাত কৰা অভিযোগ উত্থাপিত কৰিছে সচেতন মহলে(Jorhat News)।

লগতে পঢ়ক:WATCH| Inauguration of IWT Terminal:যোগীঘোপাত কেন্দ্ৰীয় চৰকাৰৰ IWT terminal আনুষ্ঠানিক ভাবে মুকলি