Jio big offer:সৰস্বতী পূজাৰ পূৰ্বে jio বৃহৎ অফাৰ

২ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক : সৰস্বতী পূজাৰ পূৰ্বে jioঅফাৰ । জিঅ’গ্ৰাহকসকলৰ বাবে ডাঙৰ অফাৰ! ভাৰতৰ অন্যতম বৃহৎ টেলিকম জায়েণ্ট জিঅ’তেওঁলোকৰ এটা জনপ্ৰিয় কম ৰিচাৰ্জ অফাৰ কিছুদিনৰ বাবে বন্ধ কৰি দিছিল যদিও পুনৰ বজাৰলৈ আনিছে এই আকৰ্ষণীয় প্লেন।ভাৰতৰ অন্যতম বৃহৎ টেলিকম জায়েণ্ট জিঅ’তেওঁলোকৰ এটা জনপ্ৰিয় সস্তা ৰিচাৰ্জ অফাৰ কিছুদিনৰ বাবে বন্ধ কৰি দিছিল যদিও পুনৰ বজাৰলৈ আনিছে এই আকৰ্ষণীয় প্লেন। এই বাজেট-ফ্ৰেইণ্ডলী অপাৰ ওভতাই আনিছে জিঅ’ই।ৰিলায়েন্স জিঅ’ই নিজৰ এই সুন্দৰ প্লেন পুনৰ আৰম্ভ কৰিছে। ১৮৯ প্ৰিপেইড প্লেন, বাজেট-সচেতন ব্যৱহাৰকাৰীসকলৰ বাবে যিয়ে ভইচ আৰু এছএমএছ বিচাৰিছে।
Telecom Regulatory Authority of India (TRAI)ৰ নিৰ্দেশনা মানি চলাৰ বাবে Jioই কেৱল ভইচ-প্ৰিপেইড প্লেনবোৰ আৰম্ভ কৰা আৰু সংশোধন কৰাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে। টেলিকম সংস্থাটোৱে কিছুদিনৰ বাবে এই প্লেন বন্ধ কৰি দিছিল, লগতে ৪৭৯ টকাৰ অফাৰো বন্ধ কৰিছিল। কিন্তু ১৮৯ টকাৰ এই অফাৰটো এতিয়া ‘সুলভ মূল্যৰ পেক’লৈ ওভতাই অনা হৈছে।এই প্লেন আটাইতকৈ সুলভ মূল্যৰ ৰিচাৰ্জ বিকল্প হিচাপে দেখা গৈছে, ইয়াৰ পিছতে আছে ১৯৯ টকাৰ প্লেন, যাৰ ভেলিডিটি ১৮ দিন, দৈনিক ১.৫ জিবি ডাটা আৰু প্ৰতিদিনে ১০০ SMS অফাৰ কৰে।Jioই সম্প্ৰতি ১৯৫৮ টকাৰ অফাৰ আৰু ৪৫৮ টকাৰ প্ৰিপেইড ভইচ প্লেন যথাক্ৰমে ৩৬৫ দিন আৰু ৮৪ দিনৰ ভেলিডিটি প্ৰদান কৰে। কোম্পানীয়ে ইয়াৰ দাম কমাই ১৭৪৮ টকা আৰু ৪৪৮ টকা অফাৰত ব্যয়বহুল প্লেনৰ বৈধতাৰ সময়কাল সামান্য সলনি কৰি ৩৬৬ দিন কৰিছে।