Local, Vocal, Global

Janata Bhawan Employee Goes Missing; Family Files Complaint : গুৱাহাটী মহানগৰীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী

নিউজ ডেস্ক,২০এপ্ৰিল : পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ কৰ্মচাৰী । এইবাৰ গুৱাহাটী মহানগৰীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী(Janata Bhawan Employee Goes Missing; Family Files Complaint) ।

জানিব পৰা মতে, ১৮ এপ্ৰিলক কাৰ্যালয়লৈ বুলি ওলাই আহিছিল কৰ্মচাৰী। ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা কোনো সন্ধান নাই কর্মচাৰীজনৰ।

নিৰুদ্দেশ হোৱা কৰ্মচাৰী জনৰ নাম ফখৰুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।

ইতিমধ্য়ে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক : Boat capsizes in Odisha’s Jharsuguda : যাত্ৰীবাহী নাও বাগৰি পৰিল নদীত,নিহত ৪ জন, সন্ধানহীন মহিলা আৰু শিশুসহ ৭ গৰাকী